Difference between revisions 107314 and 113722 on aswiki

{{Assam bio stub}}
{{Infobox person
| name        = গমধৰ কোঁৱৰ
| image       = 
| alt         = 
| caption     = 
| birth_name  = 
| birth_date  = ১৯ শতিকা<!-- {{Birth date and age|YYYY|MM|DD}} -->
| birth_place = 
| death_date  = ১৯ শতিকা<!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place = 
| nationality = 
| other_names = 
| known_for   = 
| occupation  = 
}}
'''গমধৰ কোঁৱৰ'''(১৯ শতিকা)ৰ পিতৃ আছিল [[আহোম ৰাজবংশ|আহোম ৰাজপৰিয়ালৰ]] ফেনা কোঁৱৰ। ইংৰাজে অসম অধিকাৰ কৰাৰ সময়ত বহুতো আহোম বিষয়াই বিক্ষুব্ধ হৈ গমধৰ কোঁৱৰক ৰজা পাতিছিল। এওঁৰ অধীনতেই বৃটিছক খেদাৰ যড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ইংৰাজসকলে এই ষড়যন্ত্ৰ অতি সহজেই মষিমূৰ কৰি পেলাইছিল। ফলস্বৰূপে গমধৰ কোঁৱৰে [[যোৰহাট]]ত ধৰা দিয়ে। সেই সময়তে [[মণিৰাম দেৱান]] আদিয়ে পঞ্চায়ত সভা পাতি গমধৰ কোঁৱৰক দোষী সাব্যস্ত কৰে আৰু দণ্ড হিচাপে মৃত্যুদণ্ড বিহে। কিন্তু ইংৰাজ শাসনাধিপতিহে তেওঁৰ দণ্ড কমাই যোৰহাটৰ ফাটেকত ৰাখে। গমধৰ কোঁৱৰে ফাটেকৰ পৰা পলাই ঘূৰি ফুৰোতে পুনৰ ধৰা পৰে আৰু চৈধ্য বছৰ কাৰাবাস খাটিবলগা হয়<ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৯</ref>।

==তথ্য সমলংগ্ৰহ==
{{reflist}}

[[শ্ৰেণী:সংক্ষিপ্ত জীৱনঅসমীয়া স্বাধীনতা সংগ্ৰামী]]