Difference between revisions 110242 and 110252 on aswiki{{redirect|তিতাবৰ|মহকুমাৰ বিষয়ে|তিতাবৰ (মহকুমা)}}⏎ ⏎ {{Infobox Indian Jurisdiction | native_name = তিতাবৰ | type =নগৰ | latd = 26.60 | longd = 94.20 | state_name =অসম | district = [[যোৰহাট জিলা|যোৰহাট]] | leader_title = | leader_name = | altitude = 172 | population_as_of = 2001 | population_total = 7450 | population_density = | area_magnitude= sq. km | area_total = | area_telephone = 03771 | postal_code = 785630 | vehicle_code_range = AS-03 | sex_ratio = | unlocode = | website = titabartowncommittee.co.in/ | }} '''তিতাবৰ''' ({{lang-en|Titabor}}) হৈছে [[অসম|অসমৰ]] [[যোৰহাট]] জিলাৰ এখন নগৰ । ২০০১ চনৰ লোকপিয়ল অনুসৰি তিতাবৰ চহৰৰ জনসংখ্যা ৭৮৪০ জন<ref name="census">{{cite web | accessdate = নৱেম্বৰ ২২ | accessyear = ২০০৬ | url = http://web.archive.org/web/20040616075334/www.censusindia.net/results/town.php?stad=A&state5=999 | title = ভাৰতৰ ২০০১ চনৰ লোক গননা}}</ref>। যোৰহাটৰ পৰা ২০ কি:মি: আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ [[ধান]] উৎপাদনৰ কাৰণে বিখ্যাত। [[এছিয়া|এছিয়াৰ]] ভিতৰতে ডাঙৰ ''[[আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ|ধান গৱেষণা কেন্দ্ৰ]]'' ইয়াতেই অৱস্থিত। এই নগৰখন তিতাবৰ মহকুমাৰ সদৰ ঠাই। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - [[জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান]], [[ৰেচম মহাবিদ্যালয়]] আদি। এই নগৰৰ মাজেদি পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। == ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি == ১৯৫৯ চনত এখন ৰাজহ নগৰ হিচাপে তিতাবৰ নগৰখন গঢ় লৈ উঠিছিল। তিতাবৰৰ স্থানাংক হৈছে {{Coord|26.60|N|94.20|E|}} আৰু গড় উচ্চতা {{convert|172|m|ft}}। ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ৭৮৪০ জন<ref name="census"/>। == যোগাযোগ == তিতাবৰৰ মাজেৰে পূবা-পশ্চিমাকৈ ঐতিহাসিক [[ধোদৰ আলি]] পাৰ হৈ হৈছে। এই পথেৰে পূৱলৈ [[ডিব্ৰুগড় জিলা]]ৰ [[নামৰূপ]]ৰ ওচৰৰ জয়পুৰলৈ আৰু পশ্চিমলৈ [[গোলাঘাট জিলা]]ৰ কমাৰগাঁৱলৈ যাব পাৰি। নগৰৰ সোমাজতে [[অসম ৰাজ্যিক পথ পৰিবহন নিগম]]ৰ বাছ আস্থান আৰু তিতাবৰ ৰেল ষ্টেছন অৱস্থিত। ইয়াৰে আশে পাশে বে-চৰকাৰী বাছ আৰু টেক্সী সেৱাৰ বাবে বিভিন্ন আস্থান সমূহ আছে। * '''বিমান পথ''': তিতাবৰ নগৰৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে [[ৰৰৈয়া বিমানবন্দৰ]]। তিতাবৰৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ১৬ কিঃমিঃ<ref>{{cite web | url=http://www.onefivenine.com/india/villag/Jorhat/Titabor | title=ৰৰৈয়া বিমানবন্দৰ | accessdate=August 18, 2012}}</ref>। ==উল্লেখযোগ্য ঠাই== === ঠেঙাল ভৱন === [[File:Thengal Manor Front.jpg|thumb|200px|ঠেঙাল ভৱন]] ১৯২৯ চনত ৰাই বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই '''ঠেঙাল ভৱন'''টো নিৰ্মাণ কৰিছিল। ১৯৩৫ চনৰ ১২ আগষ্টত [[নীলমণি ফুকন]]ৰ সম্পাদনাত ইয়াৰপৰাই প্ৰথম বাতৰি কাকত '''[[দৈনিক বাতৰি]]''' প্ৰকাশ পাইছিল<ref>{{cite web | url=http://www.heritagetourismindia.com/# | title=ঠেঙাল ভৱন | accessdate=August 18, 2012}}</ref>। বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে। == শৈক্ষিক প্ৰতিষ্ঠান == === আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ === {{Main|আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ}} '''আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ''' ({{lang-en|Regional Agricultural Research Station, Titabar}}), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে [[যোৰহাট জিলা]]ৰ [[তিতাবৰ]]ত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম '''ধান গৱেষণা কেন্দ্ৰ''' আছিল। ১৯৮৬ চনত, এই কেন্দ্ৰটো '''আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ''' নামেৰে নামাংকিত কৰা হয়। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে [[অসম কৃষি বিশ্ববিদ্যালয়]]। এই প্ৰতিষ্ঠানটোত বৰ্তমান ৬টা বিভাগ আছে। * Plant breeding * গ্ৰাম্য অৰ্থনীতি (Agronomy) * Soil science * Plant pathology * Entomology * Plant physiology === জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, যোৰহাট, তিতাবৰ । === === মহাবিদ্যালয় সমূহ === * নন্দনাথ শইকীয়া মহাবিদ্যালয় * বৰহোলা কলেজ === উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ === * গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয় * জৱাহৰ নবোদয় বিদ্যালয়, তিতাবৰ * তিতাবৰ টাউন হাইস্কুল * শ্ৰীমন্ত শঙ্কৰ বিদ্যাপীঠ * মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় === ব্যক্তিগত খণ্ডৰ উল্লেখযোগ্য বিদ্যালয় === * প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ * জাতীয় বিদ্যালয়, তিতাবৰ * জ্ঞানজ্যোতি একাডেমী * কনচেপ্ত জুনিয়ৰ কলেজ == ৰাজনীতি == তিতাবৰ নগৰখন [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট লোকসভা সমষ্টি]]ৰ অন্তৰ্গত। তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]। তেওঁ ২০০১ চনৰ পৰা একেৰাহে তিনিবাৰ তিতাবৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে<ref>{{cite web | url = http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf | title = List of Parliamentary & Assembly Constituencies | accessdate = 2008-10-06 | work = Assam | publisher = Election Commission of India }}</ref>। == লগতে চাওক == * [[আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ]] ==তথ্যসূত্ৰ== <references/> == বাহ্যিক সংযোগ == * [http://titabartowncommittee.co.in/ তিতাবৰ টাউন কমিটিৰ চৰকাৰী ৱেবছাইট] * [http://www.nnsaikiacollege.org/ নন্দনাথ শইকীয়া মহাবিদ্যালয়] * [http://www.conceptedu.org/ কনচেপ্ত জুনিয়ৰ কলেজ] {{Geographic location |Centre = তিতাবৰ চহৰ |North = |Northeast = |East = |Southeast = |South = |Southwest = |West = |Northwest = }} {{অসমৰ নগৰ-মহানগৰ}} [[শ্ৰেণী:যোৰহাট]] [[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]] [[শ্ৰেণী:অসমৰ মহকুমাসমূহ]] [[bpy:টিটাবোর শহর]] [[en:Titabor Town]] [[it:Titabor Town]] [[pt:Titabor Town]] [[vi:Titabor Town]] [[zh:蒂塔博镇]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=110252.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|