Difference between revisions 112464 and 116388 on aswiki{{Moved to userspace}} {{Infobox Indian jurisdiction | native_name = গুৱাহাটী |former_name = গৌহাটী | nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ | other_name = |type = মহানগৰ | skyline = GUWAHATI.jpg|thumb|GUWAHATI (contracted; show full)ধি পাইছে ৷ বৰ্তমান সময়ত বিভিন্ন শৃংখল ব্যৱসায়িক বাণিজ্যৰ খুচুৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে-বিশাল মেগা মাৰ্ট, বিগ বাজাৰ, পেন্টালুন, ৱেবছাইট আদি প্ৰতিষ্ঠানেও মহানগৰীখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে ৷ 'গুৱাহাটী স্টক এক্সছেইঞ্জ'(GEC) হ'ল মহানগৰীখনৰ অন্যতম উাল্লেখযোগ্য অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান ৷ পয্যটন, শিক্ষা, গৱেষনা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ ক্ৰমান্বয়ে হোৱা বৃদ্ধিয়েও মহানগৰীখনৰ অৰ্থনীতিত বিশেষ বৰঙণি যোগাইছে ৷ ==গঠন== [[File:IITG a Night view.jpg|thumb|250px|<center> IIT Guwahati Night View<center>]] Although being a medium sized city, ranking around 50th (in terms of population) in India, the city's quality of life is comparatively higher. A recent survey (2006) by a popular Indian magazine - [[Outlook (magazine)|Outlook]] (Money) ranked Guwahati 16th among all the major and medium sized Indian cities. The city provides competitive residential and working environments with beautiful landscapes, pleasant climate, modern shopping areas, modern apartments and bungalows, and considerably good social infrastructure. Yet infrastructure in the city still requires extensive attention, which can increase and revolutionize the city's reputation, investment environment, and overall growth pattern. Major investments in infrastructure are being planned in the city, covering many aspects of the utilities and transportation infrastructures, with financial assistance from the [[Asian Development Bank]] (ADB). Guwahati is to also receive substantial city development funds from [[JNNURM]] (Jawaharlal Nehru National Urban Renewal Mission) - the Government of India's recently conceived commission for urban development, and a development plan for the city has been recently finalized. The city suffers from the lack of sufficient utilities for the development of infrastructure. The existing water supply system is inadequate, depending largely on ground water resources (higher water level). It also lacks a comprehensive underground sewage system. Septic tanks at individual houses are popular. The storm drainage system is comparatively good, although many areas experience water logging due to heavy rainfall in the monsoon season. Extensive soil erosion from the hills and clogging of the drainage system is frequent and expensive for the city. Solid waste is being managed by the local authority with private partners. It lacks modern equipment, methods and practices. == Cityscape == {{wide image|Guwahati by Vikramjit Kakati 2012.jpg |800px|<center> ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গুৱাহাটী মহানগৰীৰ বিহঙ্গম দৃশ্য | </center>}} {{wide image|Guwahati_citysky.jpg|800px|<center>Panorama of Guwahati. An overview of Guwahati Skyline</center>}}আই আই ট গুৱাহাটীৰ ৰাতিৰ দৃশ্য<center>]] গুৱাহাটী এখন মজলীয়া আকাৰৰ নগৰ আৰু জনসংখ্যাৰ ফালৰপৰা ভাৰতত ইয়াৰ স্থান প্ৰায় ৫০তম। কিন্তু নগৰখনৰ জীৱনশৈলীৰ মান তুলনামূলকভাৱে উন্নত। ২০০৬ চনত ভাৰতীয় আলোচনী '[[আউটলুক (আলোচনী)|আউটলুকে]]' কৰা এক সমীক্ষামতে এই ক্ষেত্ৰত ভাৰতৰ নগৰসমূহৰ ভিতৰত গুৱাহাটীৰ স্থান ১৬তম।{{citation needed}} নগৰখনত বাসগৃহ, কৰ্মক্ষেত্ৰ, আধুনিক বজাৰ অঞ্চল, আধুনিক এপাৰ্টমেণ্ট আদিৰ ব্যৱস্থা আছে। এছিয়ান ডেভেল'পমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে গুৱাহাটীৰ পৰিগাঁথনি উন্নত কৰাৰ পৰিকল্পনা কৰা হৈছে। ভাৰত চৰকাৰে নগৰাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা 'জৱাহৰলাল নেহৰু নেছনেল আৰ্বান ৰিনিৱেল মিছন'ৰ অধীনত গুৱাহাটীয়েও এক পুঁজি লাভ কৰিব। নগৰখনৰ পৰিগাঁথনি উন্নত কৰাৰ বাবে উপযুক্ত সা-সুবিধাৰ অভাৱ পৰিলক্ষিত হয়। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থা পৰ্যাপ্ত নহয়। নগৰখনৰ আন্তৰ্গাথনিৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সুবিধাৰ অভাৱ। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থাও পৰ্যাপ্ত নহয়। মাটিৰ তলেদি নৰ্দমাৰ পানী বোৱাই নিয়া ভাল ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হয়। ব্যক্তিগত ঘৰত ছেপ্টিক টেংকৰ জনপ্ৰিয়তা অধিক। কোনো কোনো অঞ্চলত বৰষুণ বেছি হোৱাৰ পিছত পানী জমা হোৱাৰ সমস্যা হয়। পাহাৰৰ মাটি উটি আহি নৰ্দমা বন্ধ কৰাটো নগৰখনৰ বাবে সমস্যাদায়ক আৰু খৰছী। গোটা আৱৰ্জনাসমূহ স্থানীয় প্ৰাধিকাৰীয়ে ব্যক্তিগত সহযোগীৰ সহায়ত ব্যৱস্থাপনা কৰে। ==যাতায়ত== ===বিমান=== Guwahati is serviced by the [[Lokpriya Gopinath Bordoloi International Airport|Lokopriya Gopinath Bordoloi International Airport]] at Borjhar, about 20 km west of the city center. Air connections have improved considerably in the last couple of years and all major domestic airlines fly into Guwahati. Helicopter services are operated from Guwahati to [[Shillong]] (30 min), [[Tura, India|Tura]] (50 min), [[Naharlagun]] ([[Itanagar]]), Tawang (75 min) by [[Pawan Hans]], a [[(contracted; show full)[[sv:Guwahati]] [[ta:குவஹாத்தி]] [[te:గౌహతి]] [[tr:Guwahati]] [[uk:Ґувахаті]] [[vi:Guwahati]] [[war:Guwahati]] [[zh:古瓦哈提]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=116388.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|