Difference between revisions 113337 and 116189 on aswiki

{{Infobox film
| name           = ৱাটাৰ <br /> (Water)
| image          = Water (2005 film) cover art.jpg
| caption        = চলচ্চিত্ৰৰ পষ্টাৰ
| director       = [[দীপা মেহতা]]
| producer       = [[:en:David Hamilton (Canadian producer)|ডেভিদ হেমিল্টন]]
| writer         = [[দীপা মেহতা]] (লিখক) <br />[[:en:Anurag Kashyap (director)|অনুৰাগ কাশ্যপ]] 
(contracted; show full)* ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্ৰথম অ-ফৰাছী কানাডিয়ান ছবি)
* ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিকছ এচ'চিয়েছন এৱাৰ্ড
* ২০০৬, প্ৰকাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল বৰ্ড অফ ৰিভিউ (এন বি আৰ) এৱাৰ্ড

===সমালোচনা===
চলচ্চিত্ৰখন [[লছ এঞ্জেলছ টাইমছ]]ত কেভিন থমাছৰদ্বাৰা উচ্চ প্ৰশংসিত হয়:




<blockquote>চলচ্চিত্ৰনিৰ্মাতা হিচাপে আবেগিকভাৱে উৎসৰ্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱৰ্ত্তে এক পূৰ্ণ শক্তিশালী ৰূপত আভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নিৰ্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নিৰ্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্ৰ গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচাৰ্য নোহোৱা তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক (contracted; show full)[[it:Water - Il coraggio di amare]]
[[ja:とらわれの水]]
[[mk:Вода (филм)]]
[[pl:Water]]
[[pt:Water]]
[[ru:Вода (фильм, 2005)]]
[[sv:Water (film)]]
[[wuu:水 (2005年电影)]]