Difference between revisions 120517 and 139109 on aswiki{{Infobox film | name = ৱাটাৰ <br /> (Water) | image = Water (2005 film) cover art.jpg | caption = চলচ্চিত্ৰৰ পষ্টাৰ | director = [[দীপা মেহতা]] | producer = [[:en:David Hamilton (Canadian producer)|ডেভিদ হেমিল্টন]] | writer = [[দীপা মেহতা]] (লিখক) <br />[[:en:Anurag Kashyap (director)|অনুৰাগ কাশ্যপ]] (contracted; show full)য়া]] ত্ৰিলজীৰ দ্বিতীয় ছবি আৰ্থৰ ওপৰত আধাৰিত আছিল। ৱাটাৰ হৈছে চল্লিশৰ দশকৰ গ্ৰাম্য [[ভাৰত]]ৰ বিধৱাসকলৰ জীৱন কাহিনীত এক অৱলোকন আৰু ই নাৰীৰ বিদ্বেষ ভাৱ আৰু অসামাজিক কাৰ্যৰ দৰে কিছু বিতৰ্কিত বিষয় সামৰি লৈছে। ২০০৫ চনৰ [[ট'ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ]]ত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য'ত ই উদ্বোধনী নিশাৰ মনোৰঞ্জন (Opening Night Gala) সন্মান লাভ কৰে আৰু সেই বৰ্ষৰ নৱেম্বৰ মাত্ৰ সমগ্ৰ [[কানাডা]]তে মুক্তিলাভ কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখনে প্ৰথমবাৰৰ বাবে ভাৰতত মুক্তিলাভ কৰে।<ref>[http:// web.archive.org/web/20070317215142/http://www.iht.com/articles/ap/2007/03/09/arts/AS-A-E-MOV-India-Widow-Film.php Oscar-nominated film "Water" released in India 7 years after protests shut down filming - International Herald Tribune<!-- Bot generated title -->]</ref> (contracted; show full)* {{Rotten-tomatoes|water|ৱাটাৰ }} * {{mojo title|water06|ৱাটাৰ}} * {{IMDb title|0240200|ৱাটাৰ}} * [http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0 ৱাটাৰ]. [[শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ]] [[শ্ৰেণী:হিন্দী চলচ্চিত্ৰ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=139109.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|