Difference between revisions 147736 and 148701 on aswiki

'''আংগলা''', আনুষ্ঠানিকভাৱে আংগলা গণৰাজ্য আফ্ৰিকাৰ দক্ষিণ অংশৰ এখন দেশ। আংগলা আফ্ৰিকাৰ বৰ্গফলৰ ক্ষেত্ৰত সপ্তম সৰ্ববৃহৎ ৰাষ্ট্ৰ।

==নামাকৰণ==
আংগলা নাম পৰ্টুগীজ শব্দ আংগলাৰ পৰা অহা।<ref>Heywood, Linda M. & Thornton, John K. (2007) ''[http://books.google.com/books?id=S42CypbRTlQC&pg=PA82 Central Africans, Atlantic Creoles, and the foundation of the Americas, 1585–1660]''. Cambridge University Press. p. 82. ISBN 0521770653</ref> হয়টো এই পৰ্টুগীজ শব্দ ন্দংগ ৰাজ্যৰ নামৰ পৰা অহা।

==তথ্য সংগ্ৰহ==
{{reflist}}

{{stub}}

[[শ্ৰেণী:ৰাষ্ট্ৰ]]