Difference between revisions 149669 and 149685 on aswikiআচমানী কিতাপ বা ঐশ্বিক গ্রন্থ বুলিলে এনে কিছুমান গ্রন্থক বুজায় যিবোৰ ইছলাম ধর্মত মুচলমানসকলে ঈশ্বৰপ্রদত্ত গ্রন্থ বুলি বিশ্বাস কৰে। ইছলাম ধর্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্রত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীর্ণ হৈছে।
==প্ৰধান চাৰিখন আচমানী কিতাপ==
*তৌৰাত, যি অবতীর্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুসা [আ.]-ৰ উপৰত,
*যাবুৰ, যি অবতীর্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ [আ.]-ৰ উপৰত,
*ইনযিল, (বাইবেল) যি অবতীর্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈসা [আ.]-ৰ উপৰত, আৰু
*[[কোৰান|আল-কোৰআন]] সর্বশেষ আৰু পৰিপূর্ণ আচমানী কিতাব, যি অবতীর্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুহাম্মদ [স.]-ৰ উপৰত।
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|