Difference between revisions 149701 and 150475 on aswiki{{stub}} আচমানী কিতাপ বা ঐশ্বিক গ্রৰন্থ বুলিলে এনে কিছুমান গ্রৰন্থক বুজায় যিবোৰ ইছলাম ধরৰ্মত মুচলমানসকলে ঈশ্বৰপ্রৰদত্ত গ্রৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধরৰ্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্রৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীরৰ্ণ হৈছে। ==প্ৰধান চাৰিখন আচমানী কিতাপ== *তৌৰাত, যি অবতীরৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুসা [আ.]-ৰ উপৰত, *যাবুৰ, যি অবতীরৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ [আ.]-ৰ উপৰত, *ইনযিল, (বাইবেল) যি অবতীরৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈসা [আ.]-ৰ উপৰত, আৰু *[[কোৰান|আল-কোৰআন]] সরৰ্বশেষ আৰু পৰিপূরৰ্ণ আচমানী কিতাব, যি অবতীরৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুহাম্মদ [স.]-ৰ উপৰত। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=150475.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|