Difference between revisions 150593 and 174170 on aswiki{{Infobox person | name = ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা | image = Lorca (1914).jpg | imagesize = | alt = | caption = ১৯১৪ চনত ল’ৰ্কা | pseudonym = | birth_name = ফেডেৰিক’ ডেল ক’ৰাজ’ন ডে’ গ’ৰ্ছিয়া ল’ৰ্কা (contracted; show full)ই মৰমৰ তাগিদাতেই সৃষ্টি কৰি গৈছিল সাধাৰণ শ্ৰমজীৱী মানুহৰ ঘৰ্মাক্ত দেহাৰে সুৱাসিত এটাৰ পিছত আনটো যুগজয়ী কবিতা। কেৱল ৩৮বছৰ জীয়াই থকা ল’ৰ্কাৰ চমু জীৱন কালত প্ৰকাশ হৈছিল মুঠ ১০ খন কাব্য সংকলন। মৃত্যুৰ পিছত প্ৰকাশ পাইছিল আন দুখন কবিতা পুথি। চিৰ সুবিধাবাদী, ক্ষমতালিপ্সু শাসকদলে ল’ৰ্কাৰ শৰীৰটিক নিধন কৰিলে কিন্তু ল’ৰ্কাৰ কাব্যিক, মুক্তিকামী সত্তা চিৰ প্ৰবাহমান। স্পেইনত, সমগ্ৰ বিশ্বত যেতিয়ালৈকে শ্ৰমজীবী, কৃষক-বনুৱাসকল থাকিব তেতিয়ালৈকে থাকিব ল’ৰ্কাৰ কবিতাৰ গুণগুণনি এজাক বতাহৰ দৰে স্বস্তিৰ নিশ্বাস হৈ । [[শ্ৰেণী: লেখসাহিত্যিক]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=174170.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|