Difference between revisions 159990 and 159991 on aswiki

'''মিচিং  '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।#Redirect[[মিচিং ভাষা]]