Difference between revisions 166385 and 166397 on aswiki[[চিত্র:Common Iftar Dish.jpg|thumb|প্রচলিত ইফতাৰ]]
'''ইফতাৰ''' ({{lang-ar|إفطار}} ''ইফ্ত্বাৰ্'') হৈছে, [[ৰমাদ্বান|ৰমজান]] মাহত [[মুছলিম]]সকলে গোটেই [[ছিয়াম|ৰোজা]] ৰখাৰ পাছত সূৰ্যাস্তৰ সময়ত যি খাদ্য গ্ৰহণ কৰা হয়। ৰমাদ্বান মাহত সকলোৱেই একেলগে বহি ইফতাৰ গ্রহণ কৰে। [[খেজুৰ]] খাদ্যৰ দ্বাৰা ইফতাৰ আৰম্ভ কৰা [[ছুন্নত]]।
== লগতে চাওঁক ==
*[[ছিয়াম|ৰোজা]]
*[[ৰমাদ্বান|ৰমজান]]
== তথ্যসূত্ৰ ==
{{reflist}}
[[শ্ৰেণী:ৰোজাছিয়াম]]
[[শ্ৰেণী:ৰমজাদ্বান]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|