Difference between revisions 166724 and 166725 on aswiki

'''ককবৰক ভাষা''' ('''তিপ্ৰাকক''' বা '''ত্ৰিপুৰী''' ভাষা নামেৰেও পৰিচিত) [[ভাৰত|ভাৰতৰ]] [[ত্ৰিপুৰা]] ৰাজ্য আৰু পাৰ্শ্ববৰ্তী [[বাংলাদেশ|বাংলাদেশত]] বসবাস কৰা ত্ৰিপুৰী জাতিৰ মানুহৰ মাতৃভাষা। ককবৰক শব্দটো দুটা অংশ লৈ গঠিত হৈছে। কক শব্দৰ অৰ্থ "ভাষা" আৰু বৰক শব্দৰ অৰ্থ "মানুহ", বিশেষ অৰ্থত ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক কথাটোৰ অৰ্থ হৈছে ত্ৰিপুৰী মানুহৰ ভাষা।
== তথ্যসূত্র ==
<references/>

{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষাসমূহ}}

[[শ্ৰেণী:ভাষা]]