Difference between revisions 166964 and 176190 on aswiki

[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[চিত্:Common Iftar Dish.jpg|thumb|প্চলিত ইফতাৰ]]
'''ইফতাৰ''' ({{lang-ar|إفطار}} ''ইফ্‌ত্বাৰ্'') হৈছে, [[ৰমাদ্বান|ৰমজান]] মাহত [[মুছলিম]]সকলে গোটেই [[ছিয়াম|ৰোজা]] ৰখাৰ পাছত সূৰ্যাস্তৰ সময়ত যি খাদ্য  গ্ৰহণ কৰা হয়। ৰমাদ্বান মাহত সকলোৱেই একেলগে বহি ইফতাৰ গ্হণ কৰে। [[খেজুৰ]] খাদ্যৰ দ্বাৰা ইফতাৰ আৰম্ভ কৰা [[ছুন্নত]]।

== লগতে চাওঁক ==
*[[ছিয়াম|ৰোজা]] (ছিয়াম)
*[[ৰমাদ্বান|ৰমজান]] (ৰমাদ্বান)

== তথ্যসূত্ৰ ==
{{reflist}}

[[শ্ৰেণী:ছিয়াম]]
[[শ্ৰেণী:ৰমাদ্বান]]