Difference between revisions 167748 and 270977 on aswiki{{OS}} '''অপাৰেটিং চিষ্টেম''' হৈছে [[কম্পিউটাৰ]]ৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচ’ৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰ’গ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ তথা ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমূহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰ’গ্ৰামক সেয়া প্ৰদান কৰে। == অপাৰেটিং চিষ্টেমৰ উদাহৰণ == * [[ইউনিক্স]] * [[লিনাক্স]] * [[মেক অ’এচ টেন]] * [[মাইক্ৰ’চফ্ট উইণ্ডোজ]] == বাহ্যিক সংযোগ == {{Commons category|Screenshots by operating system|Screenshots of operating systems}} * {{dmoz|Computers/Software/Operating_Systems|Operating Systems}} {{-}} {{Stub}} [[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]] [[শ্ৰেণী:অপাৰেটিং চিষ্টেম| অপাৰেটিং চিষ্টেম| ]] [[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=270977.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|