Difference between revisions 170433 and 170484 on aswiki

{{Infobox person
|name=প্ৰেম খান <br> Prem Khan
|image=
|birth_name=ওয়াসিম ৰহমান
|birth_date={{Birth date and age|df=yes|1996|05|31}}
|birth_place=[[ধুবুৰী]], [[অসম]], [[ভাৰত]]
|nationality=ভাৰতীয়
|occupation=অভিনেতা 
(contracted; show full)|publisher= [[The Northeast Today]] 
|editor= [[Kirit Pradyot Deb Barman]]
}}</ref>
তেওঁৰ আঁচল নাম ওয়াসিম ৰহমান; যদিও '''প্রেম'''   নামতে তেখেত সিনেমাৰ দর্শকৰ হৃদয়ত সুপৰিচিত।

==চমু জীৱনী==
===জন্ম আৰু পৰিয়াল===
প্ৰেম খানৰ পিতৃ হবিবৰ ৰহমান  পেচাত এজন শিক্ষক আৰু মাতৃ হেলেনা য়েছমিন
 এগৰাকী গৃহিণী । তেওঁৰ ককা হাফিজুৰ ৰহমান আৰু ভনী হৰজিনা ৰহমান ।তেওঁৰ জন্ম অসমৰ [[ধুবুৰী জিলা]]ত হৈছিল আৰু তেওঁৰ শৈশৱ [[বিলাসীপাৰা]] ত অতিবাহিত কৰে।

===শিক্ষা===
তেওঁ পূব গোৱালেৰ চৰ প্ৰাথমিক বিদ্যালয় আৰু  [[বিলাসীপাৰা]] পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াশুনা কৰে । তেওঁৰ দেউতাই [[ধুবুৰী]]ৰ ভোলানাথ মহাবিদ্যালয়ত ভর্তি কৰাই দিয়ে কিন্তু তেওঁৰ আচল ইচ্ছা আছিল অভিনেতা হোৱাৰ,সেইকাৰণে মাত্ৰ ১৭ বছৰ বয়সতে উচ্চশিক্ষাৰ বাবে [[মুম্বাই]]ৰ এলফিনস্টোন কলেজলৈ যায়। তাৰ পিছত তেওঁ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পেশাদাৰী জীৱন আৰম্ভ কৰে।

===কৰ্মজীৱন===
প্ৰেম খানে বলিউডৰ বহুচৰ্চিত তথা সমাদৃত ছবি "প্ৰেম ৰতন ধন পায়ো"ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলে। তাত তেওঁ ছালমান খানৰ বন্ধুৰ সৰু চৰিত্ৰ ৰূপায়িত কৰিছিল। তাৰ পিছত তেওঁ আন এখন [[য়শ ৰাজ ফিল্মছ]]এ প্ৰযোজনা কৰা বলিউড ছবি "টাইগাৰ জিন্দা হে"ত এটি মুখ্য চৰিত্ৰত অভিনয় কৰে।

== অভিনীত বোলছবি==
{| class="wikitable"
|-
! শিৰোনামা !! চন !! নিৰ্দেশক !! চৰিত্ৰ
|-
| ''[[:bn:প্রেম রতন ধন পায়ো|প্রেম ৰতন ধন পায়ো ]]'' || ২০১৫|| সুৰাজ বৰজত্যা || মাসুৰী জী
|-
| ''[[:en:Tiger Zinda Hai|টাইগাৰ জিনদা হে]]'' || ২০১৭ || আলী আব্বাছ জাফৰ || ভীৰ
|}

==তথ্য সংগ্ৰহ==
{{Reflist}}
{{অসমীয়া চলচ্চিত্ৰ}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
[[শ্ৰেণী:অসমীয়া অভিনেতা]]
[[শ্ৰেণী:ভাৰতীয় অভিনেতা]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]