Difference between revisions 170568 and 172355 on aswiki

আৰ্মেনিয়া, আনুষ্ঠানিকভাৱে আৰ্মেনিয়া গণৰাজ্য য়ুৰেচিয়াৰ চাউথ কাৰ্কাচৰ এখন দেশ।

== অন্যান্য তথ্য ==
আৰ্মেনিয়া এখন চাৰিওফালেৰে মাটিৰে আৱৰা দেশ। আৰ্মেনিয়া [[ৰাষ্ট্ৰসংঘ]], [[এচিয়ান ডেভেলপ্মেন্ট বেংক]], [[ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেচন]] আদি ৪০টা সংগঠনৰ সক্ৰিয় সদস্য।<ref>http://www.listofcountriesoftheworld.com/am.html</ref>

==তথ্য সংগ্ৰহ==
{{reflist}}

==আৰু চাওক==
* [[ভাৰত]]
* [[চীন]]
* [[আলজেৰিয়া]]

{{stub}}

[[শ্ৰেণী:ৰাষ্ট্ৰ]]
[[শ্ৰেণী:ইউৰোপৰ দেশ]]