Difference between revisions 173773 and 177219 on aswiki{{stub}}{{Merge|আসমানী কিতাব}}⏎ আচমানী কিতাপ বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুচলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে। ==প্ৰধান চাৰিখন আচমানী কিতাপ== *তৌৰাত, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুসা [আ.]-ৰ উপৰত, *যাবুৰ, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ [আ.]-ৰ উপৰত, *ইনযিল, (বাইবেল) যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈসা [আ.]-ৰ উপৰত, আৰু *[[কোৰান|আল-কোৰআন]] সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুহাম্মদ [স.]-ৰ উপৰত। [[শ্ৰেণী:ইছলাম ধৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=177219.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|