Difference between revisions 173871 and 173875 on aswiki

{{storydelete|original research artcle}}
{{ভূপেন হাজৰিকা}}
ওপজা মাটিৰ পৰা বিশ্বখনৰ য’লৈকে ভূপেন হাজৰিকা গৈছিল তাৰেই আকাশ-বতাহ, সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচি মৃত্যুপৰ্যন্ত গাই গৈছিল। তেওঁৰ গীত সমূহত দেশ-জাতিৰ মানুহক ভালপোৱাৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্বলাই তোলাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা জানিব পাৰি। ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্তমান।<ref name="বৈচিত্ৰ" /> জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ কাহিনী যিদৰ(contracted; show full)| issue=তৃতীয় সংখ্যা 
| pages=২১৫ৰ পৰা ২২৬ পৃষ্ঠালৈ 
| শক=১৯৩৩ শক: ৫৬৩ শংকৰাব্দ}}
</ref>

}}
[[শ্ৰেণী:অসমৰ সংগীত]]
[[শ্ৰেণী:ভূপেন হাজৰিকা]]