Difference between revisions 178080 and 178083 on aswiki{{Infobox person |name=প্ৰেম খান |image= |birth_name=ওয়াসিম ৰহমান |birth_date={{Birth date and age|df=yes|1996|05|31}} |birth_place=[[ধুবুৰী]], [[অসম]], [[ভাৰত]] |nationality=ভাৰতীয় |occupation=অভিনেতা (contracted; show full)তেওঁৰ আচল নাম ওয়াসিম ৰহমান যদিও '''প্ৰেম''' নামেৰে তেওঁ পৰিচিত। ==চমু জীৱনী== ===জন্ম আৰু পৰিয়াল=== প্ৰেম খানৰ পিতৃ হবিবৰ ৰহমান পেচাত এজন শিক্ষক আৰু মাতৃ হেলেনা য়েছমিন। তেওঁৰ জন্ম অসমৰ [[ধুবুৰী জিলা]]ত হৈছিল আৰু তেওঁৰ শৈশৱ [[বিলাসীপাৰা]] ত অতিবাহিত কৰে। ===শিক্ষা=== তেওঁ পূব গোৱালেৰ চৰ প্ৰাথমিক বিদ্যালয় আৰু [[বিলাসীপাৰা]] পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াশুনা কৰে। তেওঁৰ দেউতাকে [[ধুবুৰী]]ৰ ভোলানাথ মহাবিদ্যালয় ত ভৰ্তি কৰাই দিয়েৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । কিন্তু তেওঁৰ অভিনেতা হোৱাৰ ইচ্ছা আছিল বাবে মাত্ৰ ১৭ বছৰ বয়সতে উচ্চশিক্ষাৰ বাবে [[মুম্বাই]]ৰ এলফিনষ্ট'ন কলেজলৈ পঢ়িবলৈ যায়।<ref>{{Cite news|date=18 May 2017|newspaper=eclecticnortheast.in|work=eclecticnortheast.in|title=Prem Khan's Story: From Dhubri to Bollywood - Eclectic Northeast|url=https://eclecticnortheast.in/prem-khans-story-dhubri-bollywood/|accessdate=19 June 2017}}</ref> তাৰ পিছত তেওঁ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পেছাদাৰী জীৱন আৰম্ভ কৰে। ===কৰ্মজীৱন=== প্ৰেম খানে বলিউডৰ ছবি "প্ৰেম ৰতন ধন পায়ো"ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলে। তাত তেওঁ ছালমান খানৰ বন্ধুৰ সৰু চৰিত্ৰ ৰূপায়িত কৰিছিল। তাৰ পিছত তেওঁ আন এখন [[য়শ ৰাজ ফিল্মছ]]এ প্ৰযোজনা কৰা বলিউড ছবি "টাইগাৰ জিন্দা হে"ত এটি চৰিত্ৰত অভিনয় কৰে। == অভিনীত বোলছবি== {| class="wikitable" |- ! শিৰোনামা !! চন !! নিৰ্দেশক !! চৰিত্ৰ |- | ''প্রেম ৰতন ধন পায়ো '' || ২০১৫|| সুৰাজ বৰজত্যা || মাসুৰী জী |- | ''টাইগাৰ জিনদা হে'' || ২০১৭ || আলী আব্বাছ জাফৰ || ভীৰ |} ==তথ্য সংগ্ৰহ== {{Reflist}} ==বাহ্যিক সংযোগ== *{{imdb name|id=7592686|name=প্রেম খান}} {{অসমৰ প্ৰসিদ্ধ ব্যক্তি}} [[শ্ৰেণী:অসমীয়া অভিনেতা]] [[শ্ৰেণী:ভাৰতীয় অভিনেতা]] [[শ্ৰেণী:জীৱিত ব্যক্তি]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=178083.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|