Difference between revisions 181307 and 181308 on aswiki
{{Infobox TV channel
| name = চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন
| logofile = Sony Entertainment Television.png
| logosize = 150px
| logocaption = চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন
| launch = অক্টোবৰ ১৯৯৫
| country = [[ভাৰত]]
| headquarters = [[মুম্বাই]], [[মহাৰাষ্ট্ৰ]]
| sister names = চৱ টিভি
[[চেট মেক্স]]
চ'নী আঁঠ
চেট পিক্স
চ'নী মিক্স
এ.স্ক.এন
এনিমেস্ক ভাৰত
| sat serv 1 = এয়াৰটেল ডিজিটেল টিভি
| sat chan 1 = ছেনেল ১০৩
| sat serv 2 = বিগ টিভি
| sat chan 2 = ছেনেল ২০৭
| sat serv 3 = ডিছ টিভি
| sat chan 3 = ছেনেল ২০৫
| sat serv 4 = টাটা স্কাই
| sat chan 4 = ছেনেল ১১১
| web = [http://www.setindia.com চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন ৱেবছাইট]
'''চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন''' ({{lang-en|Sony Entertainment Television}}) চমুকৈ '''SET''' এক ভাৰতীয় [[হিন্দী]] ভাষীক দূৰদৰ্শন কেন্দ্ৰ। ইয়াত সাধাৰনতে বিনোদনধৰ্মী অনুষ্ঠান পৰিবেশন কৰা হয়। এই কেন্দ্ৰটো ১৯৯৫ চনৰ অক্টোবৰ মাহত ইয়াৰ স্বতাধিকাৰী মাল্টি স্ক্ৰীন মিডিয়া প্ৰাইভেট লিমিটেড বা চমুকৈ চেট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা উদ্ধোধন কৰা হৈছিল। <ref>{{cite web | url = http://www.indiantelevision.com/headlines/y2k7/dec/dec257.php | title = Set India renamed as Multi Screen Media | publisher = IndianTelevision.com | date = 2007-12-20 | accessdate = 2008-03-08}}</ref>
==চ'নী টিভিৰ ধাৰাবাহিক সমূহ==
* [[কৌন বনেগা কড়'ৰপতি]]
* [[কুছ তো লোগ কহেংগে]]
* [[বড়ে অচ্ছে লগতে হ্যেঁ]]
* [[দেখা এ'ক খোৱাব]]
* [[ক্যা হুৱা তেৰা ৱাদা]]
* [[পাৰৱাৰিচ - কুছ খট্টে কুছ মিঠী]]
* [[চাঁচ বিনা চচুৰাল]]
* [[শুভ বিবাহ]]
* ‌[[চি.আই.ডি.]]
* [[আদালত]]
* [[ক্ৰাইম পেত্ৰোল ৪]]
Sony gained a lot of popularity from shows like [[Kkusum]] and [[Jassi Jaisi Koi Nahin]]. Currently, it telecasts some very successful & popular shows like CID and [[Bade Acche Lagte Hain]].
(contracted; show full)==তথ্য সুত্ৰ==
<references/>
==বাহ্যিক সংযোগ==
* [http://www.setindia.com চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন ৱেবছাইট]
[[শ্ৰেণী:দূৰদৰ্শন কেন্দ্ৰ]]