Difference between revisions 337780 and 337781 on aswiki

{{stub}}'''আচমানী কিতাপ বা আকাশী কিতাপ '''  বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত [[মুছলিম|মুছলমানসকলে]] ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি [[ঈমান|৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস]] স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে। 

এটা কিতাব হলে যে কি ভাল হল হেঁতেন ' like 
এটা কিতাৱ, এটা ভাষা, এটা ধৰ্ম , 
যদি এটা সৃষ্টি কৰ্তা ,
আচলে মানুহক স্বাধীন ভাৱ দ্বাৰা দিয়াৰ বাবে আৰু শুদ্ধটো বিচাৰ কৰিব পাৰে , তাৰ বাবে 4টা আচমানী কিতাপ অৱতীৰ্ণ হৈছে।

==প্ৰধান চাৰিখন আচমানী কিতাপ==
*[[তাওৰাত]], যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুছা|মুছা (আঃ)ৰ]] উপৰত,
*জাবুৰ, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক  [[দাউদ|দাউদ (আঃ)ৰ]] উপৰত,
*[[ইঞ্জিল]] (বাইবেল), যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[ঈছা|ঈছা (আঃ)]] ([[যীশু]]ৰ উপৰত, আৰু
*[[কোৰআন|আল‌‌-কোৰআন]] সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুহাম্মাদ|মুহাম্মাদ (ছাঃ)]]ৰ উপৰত।

[[শ্ৰেণী:ইছলাম ধৰ্ম]]

আল কোৰআত ইংগিত আকাৰে পৃথিৱীৰ আৰু time Zone ৰ সকলো আছে, আদি ৰ পৰা অন্ত লেই দিয়া আছে 
আল কোৰআনত time travel আছে । 
আল্লাহ তলাই ইংগিত দি দিছে time travel কৰাটো মানুহৰ কাৰণে সম্ভব হব (এইটো মোৰ দাৰণা যে আল কোৰআনৰ পৰাই শিকিব time travel কেনেকৈ কৰিব 5010/X1/X2 )
So, আল কোৰআত বেছি বেছি বুজাৰ পৰ্যবেক্ষণ কৰা every one