Difference between revisions 79494 and 159673 on aswiki== {{int:filedesc}} ==
{{Information
|Description=বগা মৰিচা এবিধ শাক, প্ৰায়বোৰ মানুহৰ বাৰীত বগা মৰিচা গছ হোৱা দেখা যায়। ওখই প্ৰায় ৩,৪ফুট মান হয়, ফুল ফুলে, গুটি হয়। সেই গুটি ৰদত শুকুৱাই সাঁচি ৰাখি পুনৰ বগা মৰিচাৰ খেতি কৰিব পৰা যায়। বগা মৰিচা তুলি আনি ঠাৰি বোৰৰ চোচ বোৰ (বাকলি) এৰুৱাই সৰিয়হৰ লগত আঞ্জা বনাই খাবলৈ সোৱাদ, পাত বোৰ ভাজি কৰিও খাব পাৰি।
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪ মে,২০১২
|Permission=
|other_versions=
}}
== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}
[[শ্ৰেণী:উদ্ভিদজগত]]
[[শ্ৰেণী:শস্য]]⏎
[[শ্ৰেণী:Copy to Wikimedia Commons]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|