Difference between revisions 79564 and 79566 on aswiki

{{সম্পাদনা দ্বন্দ}}

{{তথ্যছক লেখক
| bgcolour    = lightgray
| name        = মিত্রদেৱ মহন্ত
| image       = mitradev mahanta.jpg
| caption     = 
| birth_date  = ১৩ জুন, ১৮৯৮
| birth_place = লেটুগ্রাম সত্র, [[যোৰহাট]], [[অসম]], [[ভাৰত]] 
| death_date  = ১৬ মার্চ, ১৯৮৩
| death_place = লেটুগ্রাম সত্র, [[যোৰহাট]], [[অসম]], [[ভাৰত]]
| spouse      = লক্ষ্মীপ্রিয়া দেৱী 
| children    = মোক্ষদেৱ (প্রয়াত), আইধান, অনু, ৰেণু
| occupation  = শিক্ষক, [[সত্রাধিকাৰ]], লিখক, অভিনেতা আৰু নাট্যকাৰ
| nationality = ভাৰতীয়
| period      = 
| influenced  = 
| awards      = [[সংগীত নাটক একাডেমী পুৰস্কাৰ]]
}}

'''মিত্রদেৱ মহন্ত''' [[অসম]]ৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্রন্থ, শিশু সাহিত্য পুথি আৰু নাট  ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ [[সংগীত নাটক একাডেমি]] বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ [[অসম সাহিত্য সভা]]ৰ উপ-সভাপতি আৰু চাৰি বছৰকাল [[অসম সাহিত্য সভা]]ৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।


==ৰচিত গ্রন্থসমূহ==
{| class="sortable wikitable" width="75%"
|-
!  গ্রন্থৰ নাম
! প্রকাশৰ চন
(contracted; show full)| 
| জনকল্যাণ সংঘ, যোৰহাট
| প্রকাশিত
|-
| নির্মূল হক মদ কোলাহল
|
|
|}