Difference between revisions 80602 and 81579 on aswiki{{under constructionMerge|কনচেং বৰপাত্রগোঁহাই}} "আহোম স্বৰ্গদেউ চুকাফাই ১২২৮ খৃষ্টাব্দত অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে । ১২১৫ খৃষ্টাব্দত তেওঁ মাও লুং ৰাজ্যৰ পৰা আহোঁতে লগত ৯০০০ মানুহৰ সৈন্যদল এটি,বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামে দুজন মন্ত্ৰ্ৰীকে ধৰি ১৫ জন উচ্চ বংশীয় লোক, তিনি গৰাকী কুঁৱৰী,চোম দেৱতা এহাল হাতী,এটা হাতী মাউট আৰু ৩০০ ঘোঁৰা তেওঁৰ লগত আনিছিল । চৰাইদেউত ৰাজধানী স্থাপন কৰি চুকাফাই ১২৬৮ খৃষ্টাব্দলৈকে শাসন কৰিছিল । চুকাফাৰ পাছত তেৰ জন স্বৰ্গদেৱে শাসন কৰাৰ পাছত ১৪৯৩ খৃষ্টাব্দত চুপিমফা স্বৰ্গদেৱে সিংহাসনত আৰোহণ কৰে । স্বৰ্গদেৱে বানফেৰা নক্টে খ(contracted; show full)ছিল । বৰপাত্ৰগোহাঁইৰ বাসস্থান আছিল শিৱসাগৰ মহ্কুমাৰ কেন্দুগুৰিত । এই ঠাই শিৱসাগৰ জিলাৰ বেটবাৰী মৌজাত । এই স্থান গড়গাঁৱৰ পৰা ৮ কিলোমিটাৰ উত্তৰে দিচাং নৈৰ দক্ষিণ পাৰে হাৰিপৰা আলিৰ কাষত আৰু শিৱসাগৰ নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰ-পূবত । <ref> History of Assam – Edward Gait</ref><ref>অসম দেশৰ বুৰঞ্জীঃ ড০ লক্ষী দেৱী </ref> <ref>আহোমৰ দিনঃ হিতেশ্বৰ বৰবৰুৱা</ref> <ref> কনচেং বৰপাত্ৰগোহাঁইঃ দিলীপ কুমাৰ বুঢ়াগোহাঁই </ref> " ==তথ্যসূত্ৰ== <references/> All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=81579.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|