Difference between revisions 81937 and 81946 on aswiki

==বিলোপন==
:: গীতাৰ্থ, পোণে পোণে বিলোপ জাননী দি মানুহক নিৰুত্সাহ কৰাতকৈ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীলৈ আনিব পাৰি নেকি সেয়া চেষ্টা কৰা উচিত| সকলো ৱিকিপিডিয়ান নহয়| আমাৰ এই দুৰ্দিনত কোনোবাই কিবা এটা লিখিবলৈ আগবাঢ়ি আহিছে.. ভাল কথা| পৰাপক্ষত তেওঁলোকক উত্সাহ দিব লাগে| বিলোপন জাননীখন আতৰাই দি অন্য এখন জাননী লগাই থোৱা ম‍ই পছন্দ কৰো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</smal(contracted; show full)দস্যই এনেকুৱা প্ৰবন্ধ লিখাতো একো ডাঙৰ কথা নহয়। কিন্তু উৎসাহৰ নামত সেইটোক প্ৰশ্ৰয় দিব নোৱাৰি। ইয়াৰপৰা ৱিকিপিডিয়াৰ উপকাৰটো নহয়েই, লেখকগৰাকীয়েও মূল কথাটো নাজানিব আৰু ৱিকিপিডিয়া সম্পৰ্কে ভুল ধাৰণা লৈ থাকিব। ইয়াত কথাখিনি উল্লেখ কৰাৰ লগতে ফেচবুকত (যিহেতু তেখেত ফেচবুকৰ চিনাকী সদস্যা) তেখেতলৈ ব্যক্তিগত বাৰ্তা এটা দি থ'ব লাগে। তেখেতলৈ মই এইটো বিষয়ত বাৰ্তা দি আছোঁ। আৰু প্ৰন্ধটো মোৰ মতে বিলোপ কৰা উচিত।[[সদস্য:উদ্দীপতালুকদাৰ|উদ্দীপতালুকদাৰ]] ([[সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ|talk]]) 13:31, 21 জুন 2012 (UTC)


:: অলপ হাত ফুৰালো| বিশ্বকোষীয় মানৰ বনাব পৰা নাই| নাটকেইখন সুকীয়া সূকীয়াকৈ গঢ় দিয়াত এই প্ৰবন্ধটো অলপ কামত আহিব| মোৰ উদ্দেশ্য আছিল এইটোৱেই| বাকী আপোনালোকৰ ইচ্ছা| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 15:08, 25 জুন 2012 (UTC)