Difference between revisions 82477 and 82565 on aswiki

{{সম্পাদনা দ্বন্দ}}
<!-- See [[Wikipedia:WikiProject Indian cities]] for details -->
{{Infobox Indian jurisdiction
| native_name            =  গুৱাহাটী
|  former_name        = গৌহাটী
| nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ
| other_name             = 
|  type = Metropolitan Cityমহানগৰ
| skyline                = GUWAHATI.jpg|thumb|GUWAHATI
| skyline_caption        = ঘড়ীৰ কাটাৰ দিশত ওপৰৰ বাওঁফালৰ পৰা: ডিভাইন প্লাজা মল, নেডফি হাউছ, ম'নাল প্লাজা,  অনিল প্লাজা ডাউনটাউন গুৱাহাটী, পাহাৰৰ পৰা ৰাতিৰ দৃশ্য, গুৱাহাটীত কুঁৱলী, গনেশগুৰি উৰণীয়া সেঁতু, ডি টি টাৱাৰ্ছ |locator_position = center : <span style='font-size:8.0pt'>'''''Guwahati Metropolis'''''
[[File:Guwahati City.jpg|thumb|Dusk at Guwahati]]
| locator_map={{Location map|India|float=none|label=Guwahati|lat=26.13°|long=91.77°|position=left}}  
| latd                   = 26
| latm                   = 11
| lats                   = 0
| latNS                  = N
| longd                  = 91
| longm                  = 44
| longs                  = 0
| longEW                 = E
| state_name             = অসম
| district               = [[কামৰূপ মহানগৰ জিলা|কামৰূপ মহানগৰ]]
| region                 = [[নামনি অসম]]
| leader_title_1         = মেয়ৰ
| leader_name_1          = ডলী বৰা ([[ভাৰতীয় জাতীয় কংগ্ৰেছ]])
| leader_title_2         = উপায়ুক্ত
| leader_name_2          = এছ কে ৰয়, ACS<ref>http://kamrup.nic.in/telefr.htm</ref>
| altitude               = 55
| climate                = AC
(contracted; show full)

গুৱাহাটী উত্তৰ পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী]]ৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে [[গুৱাহাটী 
মহাবিশ্ববিদ্যালয়]] আৰু [[কটন মহাবিদ্যালয়]]ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প।

গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তু আছে।<ref>Choudhury, A.U. (2002). Big cats, elephant, rhino and gaur in Guwahati. ''The Rhino Found. NE India Newsletter'' 4:16-19.</ref> চৰাই-চিৰিকতিৰ ফালৰ পৰাও এই অঞ্চল ধনী।<ref>Choudhury, A.U. (2003). Guwahati: the city of Adjutants and other endangered birds. ''The Rhino Found. NE India Newsletter'' 5:14-17.</ref>

==নামৰ উৎপত্তি==

গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ- [[তামোল]]) আৰু 'হাট' (অৰ্থ- বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।

== ইতিহাস ==

গুৱাহাীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উত্‍পত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক [[এছিয়া]]ৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।

ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। [[মহাভাৰত]]ৰ মতে ই [[নৰকাসুৰ]] আৰু [[ভগদত্ত]]ৰ ৰাজ্যৰ ৰাজধানী আছিল। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ [[কামাখ্যা মন্দিৰ]], চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ [[নৱগ্ৰহ মন্দিৰ|নৱগ্ৰহ]], বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে।

(contracted; show full)*[[Jyoti Chitraban Film and Television Institute|Jyotichitrabon]]
*[http://www.gauhatiartistsguild.org.in/home/index.php/ '''Gauhati Artists' Guild''']
*Rest Camp Kalibari
*Loco Colony
*AOL (Art of living) Aashram.

==See also==

*[[শৰাইঘাট দলং]]
* [[Kamarupa]]
* [[Kamarupa Anusandhan Samiti ]]
* [[Pragjyotisha Kingdom]]
* [[Gauhati (Lok Sabha constituency)]]
* [[2008 Assam bombings|Guwahati bombings of 30 October 2008]]
* [[2009 Guwahati bombings|Guwahati bombings of 01 January 2009]]
* [[2009 Assam serial blasts|Guwahati bombings of 06 April 2009]]

==Notes==

{{Reflist}}

==References==

(contracted; show full)[[simple:Guwahati]]
[[sv:Guwahati]]
[[ta:குவஹாத்தி]]
[[te:గౌహతి]]
[[uk:Ґувахаті]]
[[vi:Guwahati]]
[[war:Guwahati]]
[[zh:古瓦哈提]]