Difference between revisions 87466 and 97763 on aswiki{{অনুবাদ}} {{Infobox Indian jurisdiction | native_name = গুৱাহাটী |former_name = গৌহাটী | nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ | other_name = |type = মহানগৰ | skyline = GUWAHATI.jpg|thumb|GUWAHATI (contracted; show full)7;'গুৱাহাটী''', ([[ইংৰাজী ভাষা|ইংৰাজী]]: গুৱাহাটী) বা পূৰ্বতে কোৱা "গৌহাটী" [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই [[উত্তৰ-পূব ভাৰত]]ৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু [[কলকাতা]], [[পাটনা]]ৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫০৮,২০১ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। ইউ কে মিডিয়াই কৰা এক অধ্যয়নৰ মতে গুৱাহাটী পৃথিৱীৰ ১০০খন দ্ৰুতভাৱে বৰ্ধিত নগৰৰ ভিতৰত এখন, ভাৰতৰ ভিতৰত ইয়াৰ স্থান পঞ্চম{{citation needed}}। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল [[কামৰূপ ৰাজ্য]]ৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। [[কামাখ্যা মন্দিৰ]], [[উমানন্দ মন্দিৰ]], [[নৱগ্ৰহ মন্দিৰ]], [[শুক্ৰেশ্বৰ মন্দিৰ]], [[বশিষ্ঠ মন্দিৰ]], [[দৌল গোবিন্দ মন্দিৰ]] আদি এইবোৰৰ ভিতৰত অন্যতম। (contracted; show full)[[sv:Guwahati]] [[ta:குவஹாத்தி]] [[te:గౌహతి]] [[tr:Guwahati]] [[uk:Ґувахаті]] [[vi:Guwahati]] [[war:Guwahati]] [[zh:古瓦哈提]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=97763.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|