Difference between revisions 87858 and 88103 on aswiki{{Infobox Indian Jurisdiction | native_name = তিতাবৰ | type =নগৰ | latd = 26.60 | longd = 94.20 | state_name =অসম | district = [[যোৰহাট জিলা|যোৰহাট]] | leader_title = | leader_name = | altitude = 172 | population_as_of = 2001 | population_total = 7450 | population_density = | area_magnitude= sq. km | area_total = | area_telephone = 03771 | postal_code = 785630 | vehicle_code_range = AS-03 | sex_ratio = | unlocode = | website = http://titabartowncommittee.co.in/ | }} '''তিতাবৰ''' ({{lang-en|Titabor}}) হৈছে [[অসম|অসমৰ]] [[যোৰহাট]] জিলাৰ এখন নগৰ । ২০০১ চনৰ লোকপিয়ল অনুসৰি তিতাবৰ চহৰৰ জনসংখ্যা ৭৮৪০ জন<ref name="census">{{cite web | accessdate = নৱেম্বৰ ২২ | accessyear = ২০০৬ | url = http://web.archive.org/web/20040616075334/www.censusindia.net/results/town.php?stad=A&state5=999 | title = ভাৰতৰ ২০০১ চনৰ লোক গননা}}</ref>। যোৰহাটৰ পৰা ২০ কি:মি: আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ [[ধান]] উৎপাদনৰ কাৰণে বিখ্যাত। [[এছিয়া|এছিয়াৰ]] ভিতৰতে ডাঙৰ ''[[আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ|ধান গৱেষণা কেন্দ্ৰ]]'' ইয়াতেই অৱস্থিত। এই নগৰখন তিতাবৰ মহকুমাৰ সদৰ ঠাই। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - [[বুনিয়াদি প্ৰশিক্ষণ মহাবিদ্যালয়জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান]], [[ৰেচম মহাবিদ্যালয়]] আদি। এই নগৰৰ মাজেদি পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। == ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি == ১৯৫৯ চনত এখন ৰাজহ নগৰ হিচাপে তিতাবৰ নগৰখন গঢ় লৈ উঠিছিল। তিতাবৰৰ স্থানাংক হৈছে {{Coord|26.60|N|94.20|E|}} আৰু গড় উচ্চতা {{convert|172|m|ft}}। ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ৭৮৪০ জন<ref name="census"/>। == যোগাযোগ == (contracted; show full)* Plant breeding * গ্ৰাম্য অৰ্থনীতি (Agronomy) * Soil science * Plant pathology * Entomology * Plant physiology === জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰপ্ৰতিষ্ঠান, যোৰহাট, তিতাবৰ । === === মহাবিদ্যালয় সমূহ === * নন্দনাথ শইকীয়া মহাবিদ্যালয় * বৰহোলা কলেজ === উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ === * গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয় (contracted; show full)[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]] [[শ্ৰেণী:অসমৰ মহকুমাসমূহ]] [[bpy:টিটাবোর শহর]] [[en:Titabor Town]] [[it:Titabor Town]] [[pt:Titabor Town]] [[vi:Titabor Town]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=88103.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|