Difference between revisions 93988 and 97768 on aswiki

{{unreferenced}}

{{Infobox|title    =কম্পিউটাৰ
|image   = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x85px]]{{nowrap end}}
}}
কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলিও কোৱা হয়৷ ইংৰাজী কম্পিউটাৰ শব্দটো আহিছে [[লেটিন ভাষা]]ৰ 'কম্পিউটে' শব্দৰ পৰা যাৰ অৰ্থ হৈছে [[গণনা]]৷ Oxford English Dictionary-ৰ মতে, কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা যাক গণনা কাৰ্যত অথবা অন্যান্য কিছুমান কাৰ্য নিয়ন্ত্ৰণৰ বাবে গাণিতিক দৰ্শনৰ সহায়ত ব্যৱহাৰ কৰা হয় ৷

গতিকে আমি ক'ব পাৰোঁ যে, কম্পিউটাৰ হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা বিভিন্ন গণনা কাৰ্য সমাধা কৰিব পৰাৰ উপৰিও য'ত গাণিতিক পদ্ধতিগতভাৱে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰি আৰু লগতে প্ৰয়োজন অনুসৰি সংৰক্ষিত তথ্যৰাজি উলিয়াই আনিব পৰা যায়৷ 

cunt= কম্পিউটাৰৰ চমু ইতিহাস =
    
গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰ]] আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ [[পাস্কেলে]] যোগ-বিয়োগ কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল৷ পাস্কেলৰ সেই যন্ত্ৰটোকে কিছু উন্নত কৰি জাৰ্মান গণ(contracted; show full)[[xmf:კომპიუტერი]]
[[yi:קאמפיוטער]]
[[yo:Kọ̀mpútà]]
[[za:Dennauj]]
[[zh:電子計算機]]
[[zh-classical:電腦]]
[[zh-min-nan:Tiān-náu]]
[[zh-yue:電腦]]