Revision 110686 of "জতুৱা ঠাঁচ" on aswiki{{Wikify}}
[[চিত্ৰ:Jotua_Thass.jpg|thumb]]
[[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ [[:en:wikipedia:Idiom| Idiom]] ।
==জতুৱা ঠাঁচৰ সংগ্ৰহ==
তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে।
* অৱস্থা চাই ব্যৱস্থা
* অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা ।
* অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ ।
* অভুৱা ভৰা : মিচা কথা কৈ দায় সৰা ।
* আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা ।
* আলাশৰ লাড়ু : অতি মৰমৰ ।
* এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান ।
* ওপৰ চকুৱা
* কপাল ফুটা : দু্ৰ্ভগীয়া ।
* কপাল ফুলা : সৌভাগ্যই লগ দিয়া ।
* কুকুৰে মৈ টনা
* খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা ।
* গাত সৰিয়হ ফুটা
* গাই বাই চোৱা
* ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
* ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।
* চুক ভেকুলী
* নাদৰ/কুৱাৰ ভেকুলী
* চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু ।
* ডলাৰ বগৰী :
* তেল পুতল
* দাঁতে ওঁঠে নলগা
* দেশ চাইহে ভেশ
* ধোদৰ পছলা
* নপটা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ ।
* নদন-বদন : উভৈনদী ।
* পৰ্বতত কাছ কণী বিচৰা
* পাবত গজা
* পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু ।
* পানীত হাঁহ নচৰা
* পানী মিঠৈ
* পাভ লুটি মৰা
* বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
* বুৰেপিত শেলুক
* শেনৰ এজাত
* শেন চকুৱা
* শূণ্যত গদা ঘূৰোৱা
* সাত ঘাটৰ চেঙেলী : অতি টেঙৰ ।
* সাত ঘাটৰ সৈয়াকণী
* সাহেই সিদ্ধি
* চুঙা চাই সোপা
==লগতে চাওক:==
*[[ফকৰা যোজনা]]
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[Category:অসমৰ ভাষা আৰু লিপি]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=110686.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|