Revision 117597 of "আলু" on aswiki{{ taxobox
| name = আলু
| image = Patates.jpg
| image_caption = খেতি কৰা আলু বিভিন্ন ৰং, আকাৰ, আৰু আকৃতিত পোৱা যায়
| regnum = [[Plantae]]
| unranked_divisio = [[Angiosperms]]
| unranked_classis = [[Eudicots]]
| unranked_ordo = [[Asterids]]
| ordo = [[Solanales]]
| familia = [[Solanaceae]]
| genus = ''[[Solanum]]''
| species = '''''S. tuberosum'''''
| binomial = ''Solanum tuberosum''
| binomial_authority = [[Carolus Linnaeus|L.]]
}}
'''আলু''' এবিধ সুষম পুষ্টিকৰ খাদ্য। আলুৰ বৈজ্ঞানিক নাম ''Solanum tuberosum''। গছৰ শিপাত, মাটিৰ তলত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি। আলু নামৰ এই খাদ্য বস্তুটোৰ লগত প্ৰথম চিনাকি আছিল [[দক্ষিণ আমেৰিকা]]ৰ [[পেৰু]] আৰু [[বলিভিয়া]]ৰ মানুহৰ। সেই ঠাইত বাস কৰা ইণ্ডিয়ান সকলে প্ৰচুৰ আলু খেতি কৰিছিল। ১৫৭০ চনত [[স্পেইন]]ৰ অভিযাত্ৰীসকলে [[ইউৰোপ]]ত আলুৰ প্ৰচলন আৰম্ভ কৰে। বৰ্তমান [[পৃথিৱী]]ৰ সকলো দেশতে আলুৰ খেতি কৰা হয়। আলু উৎপাদনত শীৰ্ষ স্থানত আছে [[ৰাছিয়া]], তাৰ পাছতে আছে [[পোলেণ্ড]], [[চীন গণৰাজ্য|চীন]], [[জাৰ্মানী]] আদি।
{{-}}
{{stub}}
[[শ্ৰেণী:উদ্ভিদজগত]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=117597.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|