Revision 118013 of "ব-দ্বীপ" on aswiki[[चित्र:NileDelta-EO.JPG|thumb|right|200px|নীল নদীৰ ব-দ্বীপ]]
'''ব-দ্বীপ''' ({{Lang-en|River delta}}) হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘'''ব'''’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।
==বহিঃসংযোগ==
{{Commons cat|River deltas|ব-দ্বীপ}}
*[http://www.geol.lsu.edu/WDD/DELTA_LISTS/continents.htm The World Delta Database] – Louisiana State University Geology
{{-}}
{{Geography stub}}
[[শ্ৰেণী:ভূগোল]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|