Revision 159670 of "চিত্ৰ:তৰুৱা কদম গছ.jpeg" on aswiki

== {{int:filedesc}} ==
{{Information
|Description=তৰুৱা কদম গছ জোপা খুব বেছি ৮ৰ পৰা ১০ফুটমানহে ওখ হোৱা দেখা যায়। সাধাৰণতে সৰু সৰু ডালৰ লগতে সৰু সৰু তেতেলী পাতৰ সমান পাত বোৰ হয়। ঠিক তেতেলী পাতৰ দৰেই শিৰা বিন্যাস আছে তৰুৱা কদমৰ পাতত। এই বিধ গছৰ ছাল অসমীয়া  সন্তান সম্ভবা মহিলাক  বা গৰু-ছাগলী পোৱালী হোৱাৰ সময়ত ডিঙিত মেৰিয়াই দিয়া হয় যাতে বাহিৰা বেয়া বস্তুৱে অপকাৰ কৰিব নোৱাৰে। ঔষধি গুণ হিচাপেও তৰুৱা কদম গছ বিখ্যাত। সাধাৰণতে অসমীয়া মানুহৰ ঘৰৰ চৌহদৰ ভিতৰত এইবিধ গছ থাকিলে কোনো ধৰণৰ ঐশ্বৰিক শক্তিয়ে ক্ষতি কৰিব নোৱাৰে বুলি লোক বিশ্বাস আছে। 
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪মে,২০১২
|Permission=
|other_versions=
}}


== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}


[[শ্ৰেণী:উদ্ভিদজগত]]
[[শ্ৰেণী:Copy to Wikimedia Commons]]