== {{int:filedesc}} ==
{{Information
|Description=জিলমিল শাক, সকলোৰে বাৰীত হোৱা এবিধ শাক। ওখই মাত্ৰ ৬ ইঞ্চিমানৰ পৰা ২ফুট মান হোৱা দেখা যায়। ফুল হয়, গুটিও হয়। পাতবোৰ সৰু সৰু আৰু পাতত চিকমিকাই থকা বালি সদৃশ কিছুমান দানা থাকে, ৰদৰ পোহৰত সেইবোৰ চিকমিকাই থাকে। জিলমিল শাক কুমলীয়াতে কুটি আঞ্জা হিচাপে খাবলৈ সোৱাদ।
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪মে,২০১২
|Permission=
|other_versions=
}}
== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}
[[শ্ৰেণী:উদ্ভিদজগত]]
[[শ্ৰেণী:শস্য]]
[[শ্ৰেণী:Copy to Wikimedia Commons]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|