Revision 79473 of "চিত্ৰ:মহানিম গছ.jpeg" on aswiki

== {{int:filedesc}} ==
{{Information
|Description=মহানিম গছ ওখই প্ৰায় ১০ফুট মানৰ পৰা ২০-২৫ ফুট পৰ্য্যন্ত হোৱা দেখা যায়। মহানিমৰ পাত বোৰ সৰু সৰু আৰু পাতত সৰু সৰু খাজ থাকে। মহানিমৰ পাত পতাত পিহি তাৰ ৰস খালে পেটৰ কৃমি নাশ হয়। অতি উপকাৰী মাহনিম ঔষধ হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ পাত বোৰ শুকানকৈ ভাজিও খোৱা দেখা যায়। মহানিমৰ কেঁচা পাত চোবাই মুখত ললে ভূত-প্ৰেতৰ পৰা হাত সাৰিব পৰা যায় বুলি লোক বিশ্বাস আছে। 
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪ মে,২০১২
|Permission=
|other_versions=
}}

== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}


[[শ্ৰেণী:উদ্ভিদজগত]]