Revision 79502 of "চিত্ৰ:মাটি কাদুৰি শাক.jpeg" on aswiki

== {{int:filedesc}} ==
{{Information
|Description=মাটি কাদুৰি এবিধ লতা জাতীয় মাটিৰ লগত মিলি থকা শাক। সাধাৰণতে মাটিৰ সমান্তৰালকৈ লহপহকৈ বহি যোৱা দেখা যায়। ঔষধি গুণ যুক্ত এবিধ গছ। মাটি কাদুৰি শাক  আঞ্জা বনাই খাবলৈ সোৱাদ। মাটি কাদুৰিৰ পাতৰ ৰস পেটৰ কাৰণে অতি উত্তম। বদহজম, পেটফুলি থকা আদিত ভুগিলে মাটি কাদুৰিৰ ৰস খালে উপকৃত হয়। 
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪মে,২০১২
|Permission=
|other_versions=
}}

== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}


[[শ্ৰেণী:উদ্ভিদজগত]]