Revision 79509 of "চিত্ৰ:খুটৰিয়া শাক.jpeg" on aswiki

== {{int:filedesc}} ==
{{Information
|Description=খুটৰিয়া শাক ওখই মাত্ৰ ৬ ইঞ্চিমান হয়, দেখাত মৰিচা গছৰ লগত একেই, পাতবোৰো মৰিচা পাতৰ দৰেই দেখা যায়। কিন্তু গছজোপাৰ কোহত (আগ অংশত) সৰু সৰু গুটি ধৰা দেখা যায়। সৰু মাছৰ লগত খুটৰিয়া শাক ৰান্ধিলে সোৱাদ হয়।
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪মে,২০১২
|Permission=
|other_versions=
}}

== অনুজ্ঞাপত্ৰ ==
{{Cc-by-sa-3.0}}


[[শ্ৰেণী:উদ্ভিদজগত]]
[[শ্ৰেণী:শস্য]]