Revision 79517 of "চিত্ৰ:মাজুলীৰ আউনিআটী সত্ৰৰ সিংহাসন ভাগৰ আলোকচিত্ৰ।.jpeg" on aswiki

== {{int:filedesc}} ==
{{Information
|Description=সত্ৰনগৰী মাজুলীৰ বিখ্যাত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰৰ আনুমতি সাপেক্ষে আটকধুনীয়াকৈ ৰখা সিংহাসন ভাগৰ আলোকচিত্ৰ সংগ্ৰহ কৰা হয়। সিংহাসন ভাগত  পিতলৰ শঁৰাই, গছা, ফুল কাপোৰ, বৰ বিচনী, ঠপনা, ঠগা, আদি সুন্দৰকৈ পৰিলক্ষিত হৈছে।
|Source={{own}}
|Author=[[User:নিতুল বৰা|নিতুল বৰা]]
|Date=৪মে,২০১২
|Permission=
|other_versions=
}}


== অনুজ্ঞাপত্ৰ ==
{{আলোকচিত্ৰ প্ৰতিযোগিতা}}

[[শ্ৰেণী:সত্ৰ]]