Revision 79560 of "মিত্রদেৱ নহন্ত" on aswiki

{{সম্পাদনা দ্বন্দ}}

'''মিত্রদেৱ মহন্ত''' [[অসম]]ৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্রন্থ, শিশু সাহিত্য পুথি আৰু নাট  ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ [[সংগীত নাটক একাডেমি]] বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ [[অসম সাহিত্য সভা]]ৰ উপ-সভাপতি আৰু চাৰি বছৰকাল [[অসম সাহিত্য সভা]]ৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।