{{সম্পাদনা দ্বন্দ}}
'''মিত্রদেৱ মহন্ত''' [[অসম]]ৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্রন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ [[সংগীত নাটক একাডেমি]] বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ [[অসম সাহিত্য সভা]]ৰ উপ-সভাপতি আৰু চাৰি বছৰকাল [[অসম সাহিত্য সভা]]ৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|