Difference between revisions 24092 and 24095 on aswikisource

'''ডিম্বেশ্বৰ নেওগ'''  (১৮৯৯ -১৯৬৬)  অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল। মূলতঃ [[অসমীয়া ভাষা|অসমীয়া]] ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাটো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।  ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ  ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্যত '''ইন্দ্ৰধেনুৰ কবি''' বুলিও জনা যায়।

==সাহিত্যিক কৰ্মৰাজি==
# [[আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী]] (১৯৩৭)  
# [[অসমীয়া সাহিত্যৰ জিলিঙনি]] (১৯৩৮)
# [[অসমীয়া সাহিত্যৰ জেউতি]] (১৯৩৮)
# [[বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি]] (১৯৪১)
# [[বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ব]] (১৯৪২)
# [[ইণ্ট্ৰডাকচন টু আসামIntroduction to Assam]] (১৯৪৭)
# [[অসমীয়া কথা প্ৰতিভা]] (১৯৫০)
# [[অসমীয়া ভাষা আৰু লিপিৰ কাহিনী]] (১৯৫১)
# [[হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ]] (১৯৫৫) 
# [[মালিকা]] আদি।

==তথ্যসূত্ৰ==