Difference between revisions 2580 and 33238 on aswikisource{{No source}}⏎ {{header | title = ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম | author = অজ্ঞাত | translator = | section = | previous = | next = | notes = }} <poem> ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া শয্যা মাজে আছয় ঘূমতি যাই | তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিহোক নাথ জগাই || ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কাল সৰ্পে দংশি হৰিল চেতন তাৰ | মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত, দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ || সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি | দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি || <poem/> [[Category:প্ৰাৰ্থনা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=33238.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|