Difference between revisions 2719 and 2733 on aswikisourceউমেশচন্দ্ৰ চৌধাৰী (১৮৯৮-১৯৫৩) গীত ।।১।।⏎ {{header | title = গীত | author = উমেশচন্দ্ৰ চৌধাৰী | translator = | section = | previous = | next = | year = | portal = | wikipedia = উমেশচন্দ্ৰ চৌধাৰী | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ::।।১।। <poem> চেনেহী মোৰ মাতৃভাষা তুমিযে মোৰ বুকুৰ বাণী, তুমিযে মোৰ লীলাময়ী, তুমি মোৰ-স্বপ্ন-ৰাণী । বিলালা মোক ইমান বেথা, শিকালা মোক ইমান কথা;- উল্লাসে উপচি পৰে কি আনন্দ আকুলতা! নধৰে মোৰ হৃদয়ত, জৰি পৰে চকুৰ পানী । তুমিযে মোৰ দীপ্তি-হীনা অযত্ন-মলিনা দীনা;- কিহেৰে আই পূজোঁ, মোৰ সম্বল মাথোঁ জীৰ্ণ বীণা তুমিযে মোৰ সুৰময়ী প্ৰেম-পূত মন্দাকিনী । ।।২।।⏎ । </poem> ::।।২।। <poem> লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে ওখকৈ পাতিছিল গৰা, চিকুণ চিকিমিকি বগী ঢকেঢকী পৰিছিলে বালিডৰা ।⏎ </poem> All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=2733.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|