Difference between revisions 3254 and 3257 on aswikisource{{Header |title= [[বৰগীত]] |section = |previous = |next = |notes =</br> |author = শ্ৰীমন্তশ্ৰী শংকৰদেৱ }} ::::::'''ৰাগঃ কল্যাণ।। তালঃ যতি''' :::::ধ্ৰুং।। উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷ :::::: কাহে নাহেৰি ৰহব অৱ জীৱন, ::::::বন ভয়ো ভৱন হামাৰু৷৷ :::::পদ।। যাহে বিয়োগ আগি অঙ্গ তাৱয় ::::::তিল একু ৰহয় নপাৰি৷ ::::::সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্ধ ::::::দিশ দশ দিৱস আন্ধাৰি ৷৷ ::::::ভয়ো মৰণ ওহি সোহি হৰি চৰনকু ::::::বিছুৰিয়া ৰহয় নপাই৷ ::::::দেখত কালিন্দী গিৰি বিৰিন্দাবন ::::::তনু-মন দহয়ে সদাই৷৷ ::::::ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত ::::::হামাকু কৰথ অনাথা৷ ::::::গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয় ::::::শঙ্কৰ কহু গুণ-গাথা৷৷ [[category:বৰগীত|*]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3257.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|