Difference between revisions 3282 and 3378 on aswikisource

{{header
 | title      = কুম্পুৰ সপোন 
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full):::::::::::::তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
:::::::::::::মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
:::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
:::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
:::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই।

[[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য]]

[[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]]
[[শ্ৰেণী:কবিতা]]