Difference between revisions 3298 and 3316 on aswikisource{{header | title = [[বৰগীত]] | author = শ্ৰীশ্ৰী শঙ্কৰদেৱ | translator = | section = | previous = | next = [[শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীত]] | year = | portal = | wikipedia = Srimanata Sankadev | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ⏎ ::::::'''<poem>⏎ ⏎ ।। ৰাগঃ আশোৱাৰী ।। তালঃ পৰি ।।''' :::::⏎ ⏎ ⏎ ⏎ ধ্ৰুং।। জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা। :::::: শ্ৰুতমাত্ৰখিল-ত্ৰাতা, স্মৰণে কৰয় সিদ্ধি :::::: দীনদয়ানিধি, ভকত মুকুতিপদদাতা।। ::::: পদ।। জগজন-জীৱন অজন-জনাৰ্দ্দন ::::::দনুজদমন দুখহাৰী। ::::::মহদানন্দ কন্দ পৰমানন্দ ::::::নন্দনন্দন বনাচাৰী।। ::::::বিবিধ বিহাৰ বিশাৰদ শাৰদ ::::::ইন্দু নিন্দি পৰকাশী। ::::::শেষ শয়ন-শিৱ কেশী-বিনাশন ::::::পীতবসন অবিনাশী।। ::::::জগত বন্ধু বিধু মাধৱ মধুৰিপু ::::::মদুৰ মূৰুতি মুৰনাশী। ::::::কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ :::::: দনুজদমন দুখহাৰী। মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনাচাৰী।। বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দু নিন্দি পৰকাশী। শেষ শয়ন-শিৱ কেশী-বিনাশন পীতবসন অবিনাশী।। জগত বন্ধু বিধু মাধৱ মধুৰিপু মদুৰ মূৰুতি মুৰনাশী। কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ ⏎ শঙ্কৰ এহু অভিলাষী।। <poem/>⏎ ⏎ [[category:বৰগীত|*]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3316.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|