Difference between revisions 3312 and 3313 on aswikisource{{header | title = অবুজ মাতৰ বিবুজ বাতৰি | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)]] | next = [[অ'মোৰ ধুনীয়া গাঁও]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ==কবিতা==অবুজ মাতৰ বিবুজ বাতৰি শুনা প্ৰাণ ভৰি ইন্দ্ৰধনুৰ বৰণশিখাত লিখা আলোকময়ী ভাষা তিমিৰ ওৰণি ধল ৷ থাকিবিনে শুই খুলিছে খুলিছে ৰুদ্ধ দুৱাৰখনি চকু পদুমৰ পাহিটি তুলি চা আগত তোৰ অনাগত অতিথি ৷ জাগা শুভ্ৰ স্ফটিকালোক সম সুবৰ্ণ কলিৰ ৰেখা শব্দ সৰসিজ বিকাশ কমল-দল অৰ্ব্বুদে বৃন্দে শান্ত সাগৰ সম কণ্ঠ ভৰি ৷ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3313.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|