Difference between revisions 67447 and 146431 on aswikisource

{{header
| title = বৰগীত
| author = শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ
| translator =
| section =
| previous =
| next = [[শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীত]]
| year =
| portal =
| wikipedia = Srimanata Sankadev
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}


::::::'''ৰাগঃ কল্যাণ॥ তালঃ যতিখৰমান'''


:::::ধ্ৰুং॥ উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷
:::::: কাহে নাহেৰি ৰহব অৱ জীৱন,
::::::বন ভয়ো ভৱন হামাৰু॥


:::::পদ॥ যাহে বিয়োগ আগি অঙ্গ তাৱয়
::::::তিল একু ৰহয় নপাৰি৷
::::::সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্ধ
::::::দিশ দশ দিৱস আন্ধাৰি॥
::::::ভয়ো মৰণ ওহি সোহি হৰি চৰনকু
::::::বিছুৰিয়া ৰহয় নপাই৷
::::::দেখত কালিন্দী গিৰি বিৰিন্দাবন
::::::তনু-মন দহয়ে সদাই॥
::::::ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত
::::::হামাকু কৰথ অনাথা৷
::::::গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
::::::শঙ্কৰ কহু গুণ-গাথা॥

[[category:বৰগীত|*]]
[[শ্ৰেণী:শংকৰদেৱৰ বৰগীত]]