Revision 156782 of "গীত (উমেশচন্দ্ৰ চৌধাৰী)" on aswikisource

{{delete|no source, not needed}}
{{header
 | title      = গীত
 | author     = উমেশচন্দ্ৰ চৌধাৰী  
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  =  উমেশচন্দ্ৰ চৌধাৰী
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

::।।১।।
<poem>
চেনেহী মোৰ মাতৃভাষা
তুমিযে মোৰ বুকুৰ বাণী,
তুমিযে মোৰ লীলাময়ী,
তুমি মোৰ-স্বপ্ন-ৰাণী  ।
বিলালা মোক ইমান বেথা,
শিকালা মোক ইমান কথা;-
উল্লাসে উপচি পৰে
কি আনন্দ আকুলতা!
নধৰে মোৰ হৃদয়ত,
জৰি পৰে চকুৰ পানী  ।
তুমিযে মোৰ দীপ্তি-হীনা
অযত্ন-মলিনা দীনা;
কিহেৰে আই পূজোঁ, মোৰ
সম্বল মাথোঁ জীৰ্ণ বীণা
তুমিযে মোৰ সুৰময়ী
প্ৰেম-পূত মন্দাকিনী।
</poem>

::।।২।।
<poem>
লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে
ওখকৈ পাতিছিল গৰা,
চিকুণ চিকিমিকি বগী ঢকেঢকী
পৰিছিলে বালিডৰা ।
</poem>

[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:উমেশচন্দ্ৰ চৌধাৰীৰ সাহিত্যকৰ্ম‎]]