{{Header
|title= [[বৰগীত]]
|section =
|previous =
|next =
|notes =</br>
|author = শ্ৰীমন্ত শংকৰদেৱ
}}
::::::'''ৰাগঃ কল্যাণ।। তালঃ যতি'''
::::ধ্ৰুং।। উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷
:::::: কাহে নাহেৰি ৰহব অৱ জীৱন,
::::::বন ভয়ো ভৱন হামাৰু৷৷
পদ।। যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয় নপাৰি৷
সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্ধ
দিশ দশ দিৱস আন্ধাৰি ৷৷
ভয়ো মৰণ ওহি সোহি হৰি চৰনকু
বিছুৰিয়া ৰহয় নপাই৷
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু-মন দহয়ে সদাই৷৷
ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰথ অনাথা৷
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণ-গাথা৷৷
[[category:বৰগীত|*]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|